Republic’s Broken Wall – A Poem by Kazi Neel

English translation by Shalim M Hussain. Axomiya translation by Karishma Hazarika

Poor republic
Breaks stones on the Panchmile hill
And picks scraps in Barowari bazaar.

Poor republic’s
House is on the river’s edge
Water drips down republic’s roof.

Republic works in foreign lands
Sleeps on footpaths
Republic’s throat cracks with a republic thirst.

Republic’s dark house and broken walls-
A fox sneaks in through the cracks.
Republic lies awake with a fever
A grim quack sits by republic’s bed.

Poor republic labours
And asks for two handfuls of rice-
They find jaat paat [footnote]Used for religious community and as well as caste community[/footnote] under republic’s lungi.

Lonely republic’s
Hunger burns in republic’s stove.
Republic is lame and maimed
Someone crushes republic in a mortar’s nook.

Poor republic
Breaks stones on the Panchmile hill
Poor republic
Picks scraps in every bazaar.


গণতন্ত্ৰৰ বাঙ্গা বেৰা

কাজী নীল

গণতন্ত্ৰ গৰিব মানুস
গণতন্ত্ৰ পাতৰ বাঙ্গে পাঁচমাইল পাহাৰে
গণতন্ত্ৰ কাগজ খুঁঠে বাৰোৱাৰী বাজাৰে

গণতন্ত্ৰ গৰিব মানুস
গণতন্ত্ৰৰ বাৰী নদীৰ পাৰে
গণতন্ত্ৰৰ চাল দিয়া পানী পৰে

গণতন্ত্ৰ বিদেশ খাঠে ফুটপাতে থাকে
গণতন্ত্ৰৰ পিয়াস নাগে কইলজ্যা ফাঠে

গণতন্ত্ৰৰ আন্দাৰ গৰ বাঙ্গা বেৰা
ৰাইত বেৰাতে বুগলা দিয়া খাটাইশ ডুকে
গণতন্ত্ৰৰ সাৰা ৰাইত জ্বৰ দেহে কেৰা
কবিৰাজ বুইল্যা শিতানেৰ বুগালে জল্লাদ আহে

গণতন্ত্ৰ গৰিব মানুস মজুৰ খাঠে
গণতন্ত্ৰ ভাত চায় দুইবেলা দুইমুট
ওৰা তাৰ লুঙ্গী খুইলা জাত পাত দেহে

গণতন্ত্ৰ একলা মানুস
চুইল্যাৰ বিতৰে খিদা জ্বলে
গণতন্ত্ৰ নুইল্যা মানুস
কেৰা তাৰে ডেহিৰ নুটে পাৰিয়া মাৰে

গণতন্ত্ৰ গৰিব মানুস
পাতৰ বাঙ্গে পাঁচমাইল পাহাৰে
গণতন্ত্ৰ গৰিব মানুস
কাগজ খুঠে বাজাৰে বাজাৰে


গণতন্ত্ৰৰ ভগা বেৰ

গণতন্ত্ৰ নিছলা মানুহ
গণতন্ত্ৰই আধি খেতি কৰে গিৰীহঁতৰ পথাৰত
গণতন্ত্ৰই ডাঙৰি কঢ়িয়ায় ভাগি যোৱা হাড়ত

গণতন্ত্ৰ নিছলা মানুহ
গণতন্ত্ৰৰ চালেৰে পানী উৰুখে
গণতন্ত্ৰৰ ঘৰ বৰনৈ চাপৰিৰ পাৰ

গণতন্ত্ৰৰ মথাউৰি ভাঙে পথাৰে পথাৰে
গণতন্ত্ৰৰ পিয়াহ লাগে কলিজা ফাটে

গণতন্ত্ৰৰ আন্ধাৰ ঘৰ বেৰো ভঙা
আগচোতালদি শিয়াল সোমায় উদং জপনা
গণতন্ত্ৰৰ গোটেই ৰাতি কাহ-জ্বৰ পানীলগা
বেজ বুলি যম আহে দৰৱ গাঁৱলীয়া

গণতন্ত্ৰ দুখীয়া-নিছলা লাওলোৱা মানুহ
গণতন্ত্ৰই দুবেলা-দুমুঠি ভাত বিচাৰে

কোনোবাই নিঃকিন বুলি জাত-পাতত ধৰে

গণতন্ত্ৰ অকলশৰীয়া
তেওঁৰ চৌকাৰ জুইত ভোক জ্বলি উঠে
গণতন্ত্ৰ বিকলাঙ্গ
কোনেনো তেওঁক ঢেঁকীত খুন্দি মাৰে

গণতন্ত্ৰ নিছলা মানুহ
গণতন্ত্ৰই আধি খেতি কৰে মহাজনৰ পথাৰত
গণতন্ত্ৰই ডাঙৰি কঢ়িয়ায় ভাঙি যোৱা হাড়ত

 

Raiot

Subscribe to RAIOT via Email

Enter your email address to subscribe to this blog and receive notifications of new posts by email.

Join 15.7K other subscribers
Kazi Neel Written by:

Kazi Neel is from Jyoti Gaon, Barpeta, Assam . He writes poetry in Miya, Asamese and Bengali. He talks about contemporary politics, his community (Miya) and love through his popular poetry. He is doing masters in Cultural Studies from Tezpur University.

Be First to Comment

Leave a Reply